Help the Unvaccinated of Assam regain rights | Milaap
Help the Unvaccinated of Assam regain rights
100%
Raised
Rs.13,500
of Rs.12,000
19 supporters
  • A

    Created by

    J
  • Up

    This fundraiser will benefit

    Unvaccinated people

    from Guwahati, Assam

Story

২০২১ চনৰ পৰা অসমত চৰকাৰী পক্ষৰ দ্বাৰা জনতাৰ ওপৰত সময়ে সময়ে জাপি দিয়া নীতি বহিৰ্ভূত আদেশবোৰক প্ৰত্যাহ্বান জনাবলৈ তথা আগন্তুক সময়ত তেনে ধৰণৰ আদেশ জাপি দিয়াত বাধা প্ৰদান কৰিবলৈ আমাৰ ফালৰ পৰা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ (P.I.L.) দাখিল কৰা হৈছে। এই গোচৰৰ উপযুক্ত ৰায়ে অৰ্ধ-টিকাকৰণ কৰা অথবা টিকাকৰণ নকৰা লোকসকলক নাগৰিক হিচাপে সংবিধান প্ৰদত্ত অধিকাৰসমূহ ঘূৰাই পোৱাৰ ক্ষেত্ৰত সহযোগ কৰিব। বৰ্তমান চৰকাৰী পক্ষৰ দ্বাৰা ৰাজহুৱা স্থানত প্ৰৱেশ কৰা অথবা যিকোনো সেৱা লাভ কৰাৰ ক্ষেত্ৰত টিকাকৰণক ভিত্তি হিচাপে লৈ নীতি বহিৰ্ভূত আচৰণ চলি আছে। গতিকে এনে আচৰণৰ বিৰোধিতা কৰাৰ নিমিত্তে আইনী যুঁজৰ বাবে অসমৰ সচেতন আৰু স্বাধীনতা প্ৰিয় ৰাইজৰ পৰা আৰ্থিক অনুদান/পুঁজি বিচৰা হৈছে। ভেকছিনবোৰৰ সৈতে জড়িত হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সকলো প্ৰকাৰৰ পাৰ্শ্বক্ৰিয়াবোৰ সমগ্ৰ বিশ্বৰ বহুতো প্ৰতিষ্ঠিত বিজ্ঞানী আৰু গৱেষকৰ দ্বাৰা ইতিমধ্যে নথিভুক্ত কৰা হৈছে, যাক দুৰ্ভাগ্যবশতঃ গণ মাধ্যমৰ দ্বাৰা ইচ্ছাকৃতভাৱে উপেক্ষা কৰি অহা হৈছে। আমি উপযুক্ত নথিপত্ৰৰে সৈতে বৈজ্ঞানিক ভেটিত আইনীভাৱে আগবাঢ়িছোঁ। আমাৰ এই প্ৰয়াসে শেহতীয়া চৰকাৰী বিজ্ঞপ্তি/ভেকছিনৰ আদেশ (SOP)বোৰৰ বৈজ্ঞানিক তথা আইনী উভয় স্তৰতে অন্তঃসাৰশূন্যতা প্ৰমাণ কৰিব। আমাৰ প্ৰচেষ্টাত সহযোগ আগবঢ়াবলৈ সকলো সচেতন আৰু স্বাধীনতা প্ৰিয় নাগৰিকলৈ আহ্বান জনালোঁ।


We, the petitioners of a Public Interest Litigation challenging the vaccine mandate in Assam, need funds from the public to support our general cause for the semi-vaccinated and the unvaccinated in regaining their rights to the access of public places/ services. The risks of the vaccines have been documented significantly by many scientists and researchers across the world, which unfortunately have been deliberately ignored by the mass media. We have filed the petition equipped with a strong scientific and legal defense which makes it obvious how irrationally founded the recent governmental circulars/ vaccine mandates are.

The money received will go to the petitioners who will use it to pay the expenses required in the filing of the petition as cited by the lawyer. The amount cited was 12000 rupees. But given the public appeal of such a litigation we have decided that our able supporters may help us financially while me move towards working out a judgment in our favour.


Thank you.. 

Read More

support