My nephew Abhigyan Bora ( Sim) is suffering from autoimmune hepatitis and is undergoing through liver transplantation. We need a huge amount of money for the whole process. My sister's economic condition is not sound and our sole contribution is not meeting the amount required. Please support us with your small contribution and help him to get a new life. Thank you.
11 বছৰীয়া কণমানি অভিজ্ঞান বৰা যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ যকৃৎ সংৰোপণ কৰিবলৈ বৰ্তমান হাইদৰাবাদস্থিত AIG হস্পিতালত ভৰ্ত্তি হৈ আছেগৈ।
সম্পূৰ্ণ চিকিৎসা যথেষ্ট ব্যয়বহুল হোৱাৰ বাবে আমি বহন কৰিবলৈ অপাৰগ হৈ পৰিছোঁ। আপোনালোকৰ সামান্য বৰঙনিয়ে আমাক চিকিৎসা আগবঢ়াই নিয়াত বহুত সহায় কৰিব। অনুগ্ৰহ কৰি কণমানিটিৰ জীৱন বচোৱাত আমাক সহায় কৰক।