Help our Maainee ( Mahasweta Bordoloi) to fight for another day. Our Maainee has been diagonised with Lukemia recently and currently she has undergone her first Chemo treatment at Dispur Hospital. She is currently being shifted to GMCH. But for further recovery she needs to be treated outside Assam. As there is paucity of funds to take her outside Guwahati and avail better treatment. So a sincere request to everyone to make some contributions, if possible, to help her in her fight with cancer.
তাইৰ যুদ্ধই , আমাৰ যুদ্ধ HER BATTLE IS OUR BATTLE
------
দিশপুৰ হস্পিতেলত চিকিৎসাধীন হৈ থকা আমাৰ ভন্তি মাইনী blood ( Leukemia ) cancer কেনচাৰৰ ৰোগী তাই বৰ যন্ত্ৰনাত এই দুদিন পাৰ কৰিছে ৷ তাইক উপযুক্ত চিকিৎসাৰ প্ৰয়োজন ৷ গুৱাহাটীৰ পৰা বাহিৰত নিবলৈ আমাৰ হাতত ধনৰ অভাৱ ৷ সকলোৱে প্লিজ আমাক সহায় কৰক তাইক বাহিৰলৈ লৈ যোৱাত ৷ হাঁহি , উৎপাত কৰি থকা ছোৱালী জনী হস্পিতেলৰ বেদত তাই বিষত চটফটাই থকা দেখি বুকু বিষাই গৈছে। মাইনী তোক আমি একো হ’ব নিদিও ৷ আমি সদায় তোৰ লগত আছোঁ ৷ এই যুদ্ধত আমি সকলো তোৰ লগত আছোঁ ৷ তই অকলে যুঁজিব নেলাগে আমি একেলগে যুঁজিম এই যুদ্ধত ৷ দৰকাৰ হ’লে পথলৈ ওলাই যাম তই ঠিক হ’বই লাগিব ৷
অনুগ্ৰহ কৰি সকলোৱে চেয়াৰ ( Share ) কৰিব ৷