Help Tapan Undergo Kidney Transplant | Milaap
Help Tapan Undergo Kidney Transplant
  • Bhaskar

    Created by

    Bhaskar Dutta
  • TS

    This fundraiser will benefit

    Tapan Saikia

    from Sivasagar, Assam

My friend  Tapan Saikia residing at Sivasagar ,Assam . Whose both kidneys are damaged and required huge amount to transplant a new kidney. If you could then kindly help him.

He is very active guy. Who worked for Students' Union , Also he has done many social Work. You can say he is very friendly, social and active man.

His family does not  effort that amount as his father is a retired teacher.
So People can save people.Help him Out

ল'ৰা জন সকলোৰে প্রিয় । নাম #তপন_শইকীয়া (বাবু ) শিৱসাগৰ জিলাৰ ঐতিহাসিক জয়সাগৰ অঞ্চলৰ জোলা গাওঁত ঘৰ । Sivasagar Govt আৰু Sibsagar college, Joysagar ৰ প্ৰাক্তন ছাত্ৰ। পিতৃ অমূল্য শইকীয়া অৱসৰপ্ৰাপ্ত শিক্ষক অঞ্চলটোৰ সকলোৰে প্রিয় তথা সন্মানীয় ব্যক্তি । তেনেকৈ তেওঁৰ একমাত্ৰ পুত্ৰ তপনো নিজ অঞ্চলৰ লগতে শিৱসাগৰ চহৰ খনতো খুৱে প্রিয় । হাঁহি-ফুৰ্তিত থাকি ভাল পোৱা, ধেমেলীয়া কথাত সকলোকে কম সময়ৰ ভিতৰত আপোন কৰিব পৰা চফল যুৱক জনক এতিয়া আপোনালোকৰ অকণমান সহায়ৰ প্ৰয়োজন । প্ৰথম অৱস্থাত পেটৰ বিষ অনুভৱ কৰাত চিকিৎসকৰ পৰামৰ্শ লৈ সুফল নোপোৱাত ডিব্ৰুগড়ত উন্নত চিকিৎসাৰ বাবে যায় আৰু তাত ডাক্তৰে পৰীক্ষা কৰি বৃক্কৰ অসুখত আক্ৰান্ত হৈছে বুলি জনোৱাৰ লগতে ততালিকে অসমৰ বাহিৰত চিকিৎসা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াই । আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটোৰ ইমানো সামৰ্থ নাই একমাত্ৰ পুত্ৰক উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিবলৈ । বৰ্তমান গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱক জন । ডাক্তৰে যুৱক জনৰ দুয়োটা বৃক্ক বিকল হ'ল বুলি পৰিয়ালৰ লোকক অৱগত কৰিছে ।
দুয়োটা বৃক্ক বিকল বুলি জনাৰ পিছতো ভাগি নাই পৰা যুৱক জন । দুচকুত জীয়াই থকাৰ অযুত সপোন ।
দেখিয়েই বুকুখন বিষাই যায় । আপোনালোককো মই অনুৰোধ কৰিছোঁ যদি পাৰে অকণমান আৰ্থিক সহায় কৰি তাক জীয়াই থকাৰ প্ৰেৰণা দিয়ক ।

Read More

Know someone in need of funds? Refer to us
support