Her name is Riku Moni Shikia. D/o Lt Rupram saikia And Mrs. Sarumai saikia. He Reading in Class X. This time she will give secondary examination.Her kidney problem has happened. Her father died during his childhood and Her mother is blind in one eye. Financial condition is very bad. Sattar is now undergoing treatment at Guwahati Medical College.
She needs lots of money for his excellent quality treatment
তাইৰ নাম ৰিকুমণি শইকীয়া। দশম মান শ্ৰেনীত পঢ়ে। এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। তাই কিডনীৰ বেমাৰত আক্ৰান্ত। দেউতাক সৰুতেই ঢুকাইছে,মাকেও এটা চকুৰে দেখা নাপায়। আৰ্থিক অৱস্থা ভাল নহয়। তাই এতিয়া গুৱাহাটীত চিকিৎসাধীন হৈ আছে। উন্নত মানৰ চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন।